কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত ৬টা বনৰীয়া ম'হৰ মৃতদেহ উদ্ধাৰ

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত অঘটন। উদ্যানখনৰ মোনাবিলত ৬টা বনৰীয়া মহৰ মৃতদেহ উদ্ধাৰ। এতিয়াও স্পষ্ট হোৱা নাই মৃত্যুৰ কাৰণ।

author-image
Asomiya Pratidin
New Update
web ap kazi
  • কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত অঘটন
  • উদ্যানখনৰ মোনাবিলত ৬টা বনৰীয়া মহৰ মৃতদেহ উদ্ধাৰ
  • এতিয়াও স্পষ্ট হোৱা নাই মৃত্যুৰ কাৰণ
  • উদ্যানখনৰ সঞ্চালক ড⁰ সোনালী ঘোষে এই কথা প্ৰকাশ কৰে
কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান