New Update
/asomiyapratidin/media/media_files/2025/10/23/ap-web-convoy-2025-10-23-13-29-39.jpg)
- মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীৰ কনভয় বাধাৰ সম্মুখীন
- মায়ঙত থানাৰ সন্মুখত সংঘটিত হৈছে এই ঘটনা
- উত্তেজিত ৰাইজে বাধা প্ৰদান কৰে মন্ত্ৰীৰ কনভয়
- নিশা ৰজা মায়ঙৰ পৰা চুৰি হৈছিল তিনিটা গৰু
- তাৰেই প্ৰতিবাদত উত্তেজিত হৈ পৰে স্থানীয় ৰাইজ
- মায়ঙৰ থানাৰ সন্মুখত চলি আছিল ৰাইজৰ প্ৰতিবাদ
- তেনেতে চন্দ্ৰমোহন পাটোৱাৰী পবিতৰালৈ আহি আছিল
- অভয়াৰণ্যৰ দ্বাৰ মুকলি অনুষ্ঠানলৈ আহিছিল মন্ত্ৰীগৰাকী
- সেই সময়তে ৰাইজে বাধা প্ৰদান কৰে মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীক
/asomiyapratidin/media/agency_attachments/2024/11/06/2024-11-06t103056273z-dwa-ad-banner-2024-300x250.png)
Follow Us