১৭ অক্টোবৰত কংগ্ৰেছ সভাপতি পদৰ বাবে অনুষ্ঠিত হ’ব নিৰ্বাচন…

১৭ অক্টোবৰত কংগ্ৰেছ সভাপতি পদৰ বাবে অনুষ্ঠিত হ’ব নিৰ্বাচন…
  • কোন হ'ব কংগ্ৰেছৰ পৰৱৰ্তী সভাপতি?
  • ছোনিয়া গান্ধী নে আন নেতাৰ হাতলৈ যাব কংগ্ৰেছৰ দ্বায়িত্ব ? 
  • ১৭ অক্টোবৰ ২০২২ ত কংগ্ৰেছৰ সভাপতি পদৰ প্ৰাৰ্থীৰ বাবে হ'ব নিৰ্বাচন।
  • ১৯ অক্টোবৰ ২০২২ ত নিৰ্ধাৰণ কৰা হৈছে ভোট গণনাৰ দিন।
  • দেওবাৰে কংগ্ৰেছ ৱৰ্কিং কমিটীৰ এখন গুৰুত্বপূৰ্ণ বৈঠক অনুস্থিত হয়, সেই বৈঠকত দলটোৰ বৰ্তমানৰ সভাপতি ছোনিয়া গান্ধী, প্ৰিয়ংকা গান্ধী, ৰাহুল গান্ধীয়ে অংশ লয়।
  • ১৭ অক্টোবৰত কংগ্ৰেছ সভাপতি পদৰ বাবে অনুষ্ঠিত হ'ব নিৰ্বাচন।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in