লামডিঙত কোনে চলাইছে চোৰাং গৰুৰ চিণ্ডিকেট?

ৰাজ্যত অব্যাহত আছে চোৰাং গৰুৰ চিণ্ডিকেট। লামডিঙত সঘনাই সংঘটিত হৈ আহিছে গৰুচুৰি কাণ্ড। দুদিন পূৰ্বে লামডিং খিষ্টিয়ান বস্তিত চুৰি হৈছিল দুজনী গাইগৰু।

author-image
Asomiya Pratidin
New Update
ৰাজ্যত অব্যাহত আছে চোৰাং গৰুৰ চিণ্ডিকেট

ৰাজ্যত অব্যাহত আছে চোৰাং গৰুৰ চিণ্ডিকেট

  • ৰাজ্যত অব্যাহত আছে চোৰাং গৰুৰ চিণ্ডিকেট
  • লামডিঙত সঘনাই সংঘটিত হৈ আহিছে গৰুচুৰি কাণ্ড
  • দুদিন পূৰ্বে লামডিং খিষ্টিয়ান বস্তিত চুৰি হৈছিল দুজনী গাইগৰু
  • স্বপন মালি নামৰ লোকজনৰ গোহালিৰ পৰা চুৰি হৈছিল গৰু
  • লামডিং আৰক্ষী থানত এজেহাৰ দাখিল কৰিছে লোকজনে
  • বৰ্তমানেও উদ্ধাৰ হোৱা নাই চুৰি হোৱা গৰুৰ
  • ৩ গৰু চোৰক সন্দেহ কৰিছে গৰুৰ মালিকে
গৰু সৰবৰাহ গৰু সৰবৰাাহকাৰী গৰু ব্যৱসায়ী গৰু ছিণ্ডিকেট গৰু চোৰ গৰু চুৰি