New Update
/asomiyapratidin/media/media_files/2026/02/06/gsuaa-2026-02-06-10-19-13.jpg)
- কংগ্ৰেছ নেতা পংকজ শইকীয়ালৈ কাৰণ দৰ্শোৱা জাননী জাৰি অসম প্ৰদেশ কংগ্ৰেছৰ।
- APCC যৌথ সম্পাদকৰ পদত আছে পংকজ শইকীয়া।
- সাধাৰণ সম্পাদকে জাৰি কৰিলে কাৰণ দৰ্শোৱাৰ জাননী।
- সংবাদ মাধ্যমৰ আগত কৰা মন্তব্য বাবে এই জাননী জাৰি কৰা হৈছে।
- APCCৰ প্ৰাঃ সভাপতি ভূপেন বৰাৰ বিৰুদ্ধে কৰিছিল মন্তব্য কৰিছিল শইকীয়াই।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us