সলনি হ’ল হোৱাটছ এপত ষ্টেটাছ দিয়া পদ্ধতি…

সলনি হ’ল হোৱাটছ এপত ষ্টেটাছ দিয়া পদ্ধতি…

author-image
asomiyapratidin
New Update
সলনি হ’ল হোৱাটছ এপত ষ্টেটাছ দিয়া পদ্ধতি…

ডিজিটেল ডেস্কঃসলনি হ'ল হোৱাটছ এপত ষ্টেটাছ দিয়া পদ্ধতি। WABetaInfo মতে আই অ এছ বিটাৰ নতুন অপচন সন্নিৱিষ্ট হৈছে হোৱাটছ এপত।

Advertisment

শেহতীয়াকৈ সন্নিৱিষ্ট হোৱা এই পদ্বতিৰ জৰিয়তে হোৱাটছ এপত দিয়া ষ্টেটাছ এতিয়াৰে পৰা পোনে পোনে চেয়াৰ কৰিব পাৰিব ফেচবুক, ইষ্টাগ্ৰাম আৰু জি মেইলত।

প্ৰথমবাৰলৈ উপলদ্ধ হোৱা এই সুবিধা হোৱাটছ এপটো আপডেট কৰা পাছতে লাভ কৰিব গ্ৰাহকে।