পশ্চিম কাৰ্বি আংলঙত বনৰীয়া হাতীৰ আক্ৰমণত নিহত মহিলা...

পশ্চিম কাৰ্বি আংলঙৰ জেৰিকীণ্ডিঙৰ হিজোং-লাংছত বনৰীয়া হাতীৰ সন্ত্ৰাস। বনৰীয়া হাতীৰ আক্ৰমণত নিহত এগৰাকী মহিলা। খেৰণি বনাঞ্চলিক কাৰ্যালয়ৰ অন্তর্গৰ হিজোং-লাংছত সংঘটিত হৈছে দুৰ্ভাগ্যজনক আক্ৰমণৰ এই ঘটনা।

author-image
Asomiya Pratidin
New Update
BREAKING NEWS
  • পশ্চিম কাৰ্বি আংলঙৰ জেৰিকীণ্ডিঙৰ হিজোং-লাংছত বনৰীয়া হাতীৰ সন্ত্ৰাস।
  • বনৰীয়া হাতীৰ আক্ৰমণত নিহত এগৰাকী মহিলা।
  • খেৰণি বনাঞ্চলিক কাৰ্যালয়ৰ অন্তর্গৰ হিজোং-লাংছত সংঘটিত হৈছে দুৰ্ভাগ্যজনক আক্ৰমণৰ এই ঘটনা।
  • নিহত মহিলাগৰাকীৰ নাম হৈছে কাচাং ক্ৰপি।
  • দুৰ্গম পাহাৰীয়া অঞ্চলত অৱস্থান তথা বিচৰণ কৰি থকা বনৰীয়া হাতীক লৈ আতংকিত অঞ্চলবাসী। 
পশ্চিম কাৰ্বি আংলং