New Update
/asomiyapratidin/media/media_files/2025/02/23/U1XOBQF8uYRJRXikXsFE.jpg)
চেম্পিয়নছ ট্ৰফীৰ ভাৰত- পাকৰ মেচত বিৰাট কোহলিৰ কৃতিত্ব
- চেম্পিয়নছ ট্ৰফী ২০২৫ত বিৰাট কোহলিৰ কৃতিত্ব।
- ভাৰত- পাকিস্তানৰ মেচত অৰ্জন কৰে কৃতিত্ব।
- এদিনীয়া আন্তৰ্জাতিক ক্ৰিকেটত ১৪,০০০ ৰান সম্পূৰ্ণ কৰে ক্ৰিকেটাৰগৰাকীয়ে।
- ডুবাইত চলি থকা চেম্পিয়নছ ট্ৰফীৰ মেচতে কৃতিত্বৰ গৰাকী হয় বিৰাট কোহলি।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us