New Update
/asomiyapratidin/media/media_files/2026/01/14/web-5-2026-01-14-15-11-35.jpg)
- ক্ৰিকেটৰ কিং কোহলী পুনৰ ঘূৰি আহিছে নিজৰ শীৰ্ষ স্থানত।
- এদিনীয়া ক্ৰিকেটত পুনৰ এবাৰ প্ৰথম স্থানত আছে বিৰাট কোহলী।
- এদিনীয়া ফৰ্মেটত ICC বেটিঙৰ ৰেংকিঙত প্ৰথম স্থান দখল।
- ১৪০৩দিনৰ মূৰত পুনৰ প্ৰথম স্থান লাভ কৰিবলৈ সক্ষম হয় কোহলী।
- ২০১৩ৰ অক্টোবৰত এদিনীয়াত প্ৰথমবাৰলৈ কোহলীয়ে শীৰ্ষ স্থান দখল কৰিছিল।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us