New Update
/asomiyapratidin/media/media_files/2025/08/14/1-2025-08-14-19-29-46.jpg)
- স্বাধীনতা দিৱসৰ প্রাকক্ষণত ঘোষণা হ’ল বীৰ চক্র সন্মান
- ৯গৰাকী ভাৰতীয় বায়ুসেনাৰ বিষয়ালৈ দেশৰ তৃতীয় সৰ্বোচ্চ সামৰিক সন্মান
- পাকিস্তানৰ বিৰুদ্ধে চলা ‘অপাৰেচন সিন্দুৰ’ৰ অংশ আছিল এইসকল বিষয়া
- গ্রুপ কেপ্টেইন ৰঞ্জিত সিং সিদ্ধু, মণীষ আড়োৰা, অনিমেষ পাটনি, কুনাল কালৰা
- উইং কামাণ্ডাৰ জয় চন্দ্র, স্কোৱাড্রন লিডাৰ সাৰ্থক কুমাৰ সিদ্ধান্ত সিং ৰিজৱান মালিক,
- ফ্লাইট লেফটেনেণ্ট অৰ্শ্ববীৰ সিং ঠাকুৰলৈ এই সন্মান