ভিক্টৰ দাস, অজয় ফুকনক গ্ৰেপ্তাৰ আৰক্ষীৰ...

সিদ্ধাৰ্থ শৰ্মাৰ বাসগৃহৰ পৰা CID ৰ দল ওলাই যোৱা পাছতে উচটনিমূলত কাৰ্যত লিপ্ত হৈছিল দুই অভিযুক্ত । ধীৰেণপাৰাস্থিত সিদ্ধাৰ্থ শৰ্মাৰ বাসগৃহৰ সমুখত উত্তপ্ত পৰিস্থিতি...

author-image
Asomiya Pratidin
New Update
dangor-khobr
  • আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিলে ভিক্টৰ দাস, অজয় ফুকনক 
  • আৰক্ষীৰ ওপৰত আক্ৰমনৰ অভিযোগত গ্ৰেপ্তাৰ
  • সিদ্ধাৰ্থ শৰ্মাৰ বাসগৃহৰ পৰা CID ৰ দল ওলাই যোৱা পাছতে উচটনিমূলত কাৰ্যত লিপ্ত হৈছিল দুই অভিযুক্ত
  • ধীৰেণপাৰাস্থিত সিদ্ধাৰ্থ শৰ্মাৰ বাসগৃহৰ সমুখত উত্তপ্ত  পৰিস্থিতি
  • একাংশই আৰক্ষীলৈ দলিয়াইছিল শিল
  • পৰিস্থিতি নিয়ন্ত্ৰনৰ বাবে আৰক্ষীৰ লাঠিচালনা
ভিক্টৰ দাস