New Update
/asomiyapratidin/media/media_files/2025/03/09/1WwK3IFLje2nQaYmx4sv.jpg)
Vice President Jagdeep Dhankhar Admitted To AIIMS Delhi
- দেশৰ উপ ৰাষ্ট্ৰপতি জগদীপ ধনখৰ অসুস্থ।
- পুৱতি নিশা ২-০০বজাত দিল্লীস্থিত এইমছ ভৰ্তি কৰোৱা হৈছে তেওঁক।
- জানিব পৰা মতে শনিবাৰে নিশা বুকুৰ বিষত ভুগিছিল উপ ৰাষ্ট্ৰপতিগৰাকী।
- এইমছৰ হৃদৰোগ বিভাগৰ মুৰব্বী ডাঃ ৰাজীৱ নৰঙৰ তত্বাৱধানত চিকিৎসা প্ৰদান।
- ইতিমধ্যে হাস্পতালত উপস্থিত হৈছে কেন্দ্রীয় স্বাস্থ্যমন্ত্রী জে পি নাড্ডা।
- এক সূত্ৰই জনোৱা অনুসৰি সম্প্ৰতি ধনখৰৰ স্বাস্থ্যৰ অৱস্থা সুস্থিৰ।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us