New Update
/asomiyapratidin/media/media_files/2025/07/14/breaking-news-2025-07-14-21-49-42.jpg)
- ৰাজ্যৰ ৭খন ৰাজ্যিক বিশ্ববিদ্যালয়ৰ উপাচাৰ্যৰ নিযুক্তি
- ৰাজ্যপাল লক্ষ্মণ আচাৰ্যই অধিসূচনাযোগে নিযুক্তি দিয়ে উপাচাৰ্যসকলক
- নগাঁও বিশ্ববিদ্যালয়ৰ উপাচাৰ্য হিচাপে নিযুক্তি ড০ হিতেশ ডেকাক
- জগন্নাথ বৰুৱা বিশ্ববিদ্যালয়ৰ উপাচাৰ্য হিচাপে নিযুক্তি প্রফেচৰ জ্যোতিপ্রসাদ শইকীয়াক
- শিৱসাগৰ বিশ্ববিদ্যালয়ৰ উপাচাৰ্য হিচাপে নিযুক্তি প্রফেচৰ মহাদেৱ পাটগিৰিক
- উত্তৰ লখিমপুৰ বিশ্ববিদ্যালয়ৰ উপাচাৰ্য হিচাপে নিযুক্তি প্রফেচৰ মুকুল বৰাক
- বঙাইগাঁও বিশ্ববিদ্যালয়ৰ উপাচাৰ্য হিচাপে নিযুক্তি প্রফেচৰ তাৰিণী চন্দ্র ডেকাক
- গুৰুচৰণ বিশ্ববিদ্যালয়ৰ উপাচাৰ্য হিচাপে নিযুক্তি প্রফেচৰ নিৰঞ্জন ৰয়ক
- কোকৰাঝাৰ বিশ্ববিদ্যালয়ৰ উপাচাৰ্য হিচাপে নিযুক্তি প্রফেচৰ গণেশ চন্দ্র ৱাৰে