নগাওঁ, চামগুৰিত বীৰ লাচিত সেনাৰ কেইবাগৰাকীও নেতা-সদস্যক গ্ৰেপ্তাৰ...

নগাঁৱতো বীৰ লাচিত সেনাৰ কৰ্মীক গ্ৰেপ্তাৰ উপ-সভাপতি কামাৰ নাজমান আৰু সম্পাদক ত্ৰৈলোক্য শইকীয়াক নিশা গ্ৰেপ্তাৰ কৰে নগাঁও আৰক্ষীয়ে। গৰু ব্যৱসায়ীক ধনদাবীৰ অভিযোগ

author-image
Asomiya Pratidin
New Update
ujjjdd
  • নগাঁৱত বীৰ লাচিত সেনাৰ দুগৰাকী কৰ্মীক গ্রেপ্তাৰ। 
  • জিলাখনৰ উপ-সভাপতি কামাৰ নাজমানক গ্রেপ্তাৰ কৰাৰ লগতে সম্পাদক ত্রৈলোক্য শইকীয়াকো গ্রেপ্তাৰ।
  • নিশা নগাঁও আৰক্ষীয়ে গ্রেপ্তাৰ কৰে দুয়োগৰাকীকে। 
  • চামগুৰিতো দুই সদস্যক গ্রেপ্তাৰ আৰক্ষীৰ।
  • কলিয়াবৰ আঞ্চলিক সমিতিৰ সভাপতি দীপজ্যোতি ফুকনক আটক।
  • আটক কৰা হৈছে সদস্য ৰূপতি বৰাকো।
  • দুয়োগৰাকীৰে বিৰুদ্ধে গৰু ব্যৱসায়ীক ধনদাবীৰ অভিযোগ
বীৰ লাচিত সেনা