New Update
/asomiyapratidin/media/media_files/2025/05/23/geIqFVMUO6HZzk6POYE9.jpg)
- শৃংখল চলিহাক মুকলি ডিব্ৰুগড় আৰক্ষীৰ
- সম্পূৰ্ণ নিৰাপত্তাৰে ফুকন নগৰ বাসগৃহত শৃংখলক থৈ যায় আৰক্ষীয়ে
- শিৱসাগৰ চেপনৰ পৰা আটক হৈছিল শৃংখল
- দুলীয়াজান বন্ধ দিয়াৰ বাবে আটক হৈছিল বীৰ লাচিত সেনাৰ নেতাগৰাকীক
- দুলীয়াজানলৈ যাওঁতে আটক কৰিছিল শংখলক
- প্ৰায় ৯ ঘণ্টা ধৰি আটক কৰি ৰাখিছিল আৰক্ষীয়ে