৫ ৰাজ্যত ভোটগণনা: উত্তৰ প্ৰদেশত বিজেপিৰ অগ্ৰগতি

প্ৰতীকি ফটো
প্ৰতীকি ফটো
  • আজি ৫ ৰাজ্যৰ বিধানসভা নিৰ্বাচনৰ ভোটগণনা।
  • ৮ বজাৰ পৰা আৰম্ভ ভোটগণনা।
  • প্ৰায় ৯ বজালৈকে উত্তৰ প্ৰদেশত অগ্ৰগতি লাভ কৰিছে বিজেপিয়ে।
  • লগতে উত্তৰ প্ৰদেশত অগ্ৰগতি সমাজবাদী পাৰ্টীৰ।
  • উত্তৰ প্ৰদেশৰ ৪০৩ খন আসনৰ প্ৰায় ২০০ ন আসনত বিজেপিৰ অগ্ৰগতি।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in