New Update
/asomiyapratidin/media/media_files/2025/02/23/8SPkfN8afr7ejEfpOhIx.jpg)
- USTMৰ আচাৰ্য মহবুবুল হকক শ্রীভূমি জিলা কাৰাগাৰলৈ প্রেৰণ।
- আন ৫গৰাকী শিক্ষককো প্রেৰণ কাৰাগাৰলৈ।
- নুমান আহমেদ, ইমদাদুৰ ৰহমান, ৰেজ্জাক আলীক কাৰাগাৰলৈ প্রেৰণ।
- কাৰাগাৰলৈ প্রেৰণ কৰা আন দুজন শিক্ষক বিজয় দত্ত আৰু হীৰমণি শইকীয়া।
- নিশা আটাইকেইগৰাকীকে হাজিৰ কৰোৱা হৈছিল আদালতত।
- শ্রীভূমি আৰক্ষীয়ে ৭ দিনৰ জিম্মাত বিচাৰিছিল আৰক্ষীয়ে।
- আটাইকেইজনৰে জামিন আবেদনো নাকচ কৰে আদালতে।