New Update
/asomiyapratidin/media/media_files/2025/09/26/upplss-2025-09-26-12-50-25.jpg)
- কোকৰাঝাৰ ছালাকাটি সমষ্টিত দ্বিতীয় ৰাউণ্ডতো ইউপিপিএলৰ অগ্ৰগতি ৷
- দ্বিতীয় ৰাউণ্ডলৈ ইউপিপিএলৰ প্ৰাৰ্থী লৰেন্স ইছলাৰীয়ে ২৪০ টা ভোটত আগবাঢ়ি আছে ৷
ইউপিপিএল - ৩৮৪২
বিপিএফ - ৩৬০২
বিজেপি - ১৩৮৪
- কোকৰাঝাৰৰ বনৰগাঁও সমষ্টিত দ্বিতীয় ৰাউণ্ডতো ইউপিপিএল অগ্ৰগতিৰ ধাৰা অব্যাহত ৷
- দ্বিতীয় ৰাউণ্ডলৈ ইউপিপিএলৰ প্ৰাৰ্থী ৰবিৰাম ব্ৰহ্মই ৫৪৭ টা ভোটত আগবাঢ়ি আছে ৷
ইউপিপিএল - ২৯৯৯
বিপিএফ - ২৪৫২
বিজেপি - ২২৬৫