১আগষ্টৰ পৰা ষ্টেট বেংকৰ পৰা আদি কৰি গুগুল পেৰ লৈকে সকলোতে সলনি হৈছে নিয়ম...

আগষ্ট, ২০২৫ৰ পৰা কিছু গুৰুত্বপূৰ্ণ সালসলনি হৈছে। আজিৰে পৰা ইউ পি আইৰ ক্ষেত্ৰত কিছু নিয়মৰ সাল-সলনি হৈছে। এতিয়াৰে পৰা আপুনি গুগুল পে নাইবা ফোন পেত এটা দিনত ৫০বাৰতকৈ অধিক বেলেন্স চেক

author-image
Asomiya Pratidin
New Update
ujuj

ডিজিটেল ডেস্কঃ ১আগষ্ট, ২০২৫ৰ পৰা কিছু গুৰুত্বপূৰ্ণ সালসলনি হৈছে। আজিৰে পৰা ইউ পি আইৰ ক্ষেত্ৰত কিছু নিয়মৰ সাল-সলনি হৈছে। এতিয়াৰে পৰা আপুনি গুগুল পে নাইবা ফোন পেত এটা দিনত ৫০বাৰতকৈ অধিক বেলেন্স চেক কৰিব নোৱাৰিব। 

আনফালে আজিৰে পৰা ষ্টেট বেংক অৱ ইণ্ডিয়াৰ ক্ৰেডিট কাৰ্ডৰ ক্ষেত্ৰতো হৈছে কিছু সালসলনি। এছ বি আইৰ Prime, Platinum या Elite ক্ৰেডিট কাৰ্ডত এতিয়াৰে পৰা ফ্ৰী এয়াৰ ইঞ্চুৰেঞ্চ বন্ধ কৰি দিয়া হৈছে। পূৰ্বে এনে কাৰ্ডত ৫০লাখৰ পৰা ১কোটি টকা পৰ্যন্ত ইঞ্চুৰেঞ্চ লাভ কৰিছিল গ্ৰাহকে। কিন্তু ১আগষ্টৰ পৰা এই সেৱা বন্ধ কৰি দিয়া হৈছে গ্ৰাহকৰ বাবে। 

ভাৰতীয় ষ্টেট বেংক