মুখ্য-পৃষ্ঠা উত্তৰ প্রদেশৰ ফতেহপুৰত ৰে’ল দুৰ্ঘটনা... উত্তৰ প্রদেশৰ ফতেহপুৰত ৰে’ল দুৰ্ঘটনা। দুখন মালগাড়ীৰ সংঘৰ্ষ। লাইনচ্যুত হ’ল কেইবাটাও দবা। দুৰ্ঘটনাটোত বৰ্তমানলৈকে অহা নাই হতাহতৰ খবৰ। ৰেল আৰক্ষীয়ে এতিয়াও সদৰি Asomiya Pratidin 04 Feb 2025 10:06 IST Follow UsNew Updateউত্তৰ প্রদেশৰ ফতেহপুৰত ৰে’ল দুৰ্ঘটনা।দুখন মালগাড়ীৰ সংঘৰ্ষ।লাইনচ্যুত হ’ল কেইবাটাও দবা।দুৰ্ঘটনাটোত বৰ্তমানলৈকে অহা নাই হতাহতৰ খবৰ।ৰেল আৰক্ষীয়ে এতিয়াও সদৰি কৰা নাই দুৰ্ঘটনাৰ কাৰণ। উত্তৰ প্ৰদেশআমাৰ নিউজলেটাৰত চাবস্ক্ৰাইব কৰক! বিশেষ অফাৰ আৰু নতুন খবৰ পোৱাৰ প্ৰথমজন হওকচাবস্ক্ৰাইব কৰক পৰৱৰ্তী প্ৰৱন্ধসমূহ পঢ়ক