New Update
/asomiyapratidin/media/media_files/2026/02/21/174-2026-02-21-09-02-51.jpg)
- গুৱাহাটীত উপস্থিত কেন্দ্ৰীয় মন্ত্ৰী অমিত শ্বাহ।
- দুদিনীয়া কাৰ্যসূচীৰে অসমলৈ অহা শ্বাহৰ আজি দ্বিতীয়টো দিন।
- আজিৰ দিনটোত তেওঁ একাধিক কাৰ্যসূচীত অংশ ল'ব।
- দশম অসম আৰক্ষী বেটেলিয়নৰ শিলান্যাস কাৰ্যসূচীত ভাগ ল'ব শ্বাহে।
- তাৰোপৰি চি আৰ পি এফৰ ৮৭ সংখ্যক প্ৰতিষ্ঠা দিৱসত উপস্থিত থাকিব অমিত শ্বাহ।
- অৰ্জুন ভোগেশ্বৰ বৰুৱা ক্ৰীড়া প্ৰকল্পত অনুষ্ঠিত হ'ব প্ৰতিষ্ঠা দিৱস উপলক্ষে পেৰেড কাৰ্যসূচী।
- অসম ভ্ৰমণৰ প্ৰথমটো দিনত শিলচৰত উপস্থিত আছিল কেন্দ্ৰীয় মন্ত্ৰীগৰাকী।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us