কেন্দ্ৰীয় কেবিনেটৰ সিদ্ধান্ত, কলিয়াবৰ-নুমলীগড় সংযোগী ৰাষ্ট্ৰীয় ঘাইপথত বহলীকৰণৰ অনুমোদন

কেন্দ্ৰীয় কেবিনেটৰ গুৰুত্বপূৰ্ণ সিদ্ধান্ত, ৰাষ্ট্ৰীয় ঘাইপথৰ চাৰিলেনযুক্ত কলিয়াবৰ-নুমলীগড় অংশ বহলীকৰণৰ অনুমোদন

author-image
Asomiya Pratidin
New Update
BREAKING NEWS
  • কেন্দ্ৰীয় কেবিনেটৰ গুৰুত্বপূৰ্ণ সিদ্ধান্ত
  • ৰাষ্ট্ৰীয় ঘাইপথৰ চাৰিলেনযুক্ত কলিয়াবৰ-নুমলীগড় অংশ বহলীকৰণৰ অনুমোদন
  • ৬,৯৫৭ কোটি টকা ব্যয়ৰ অনুমোদন কেন্দ্রীয় কেবিনেটত
  • প্রকল্পত কাজিৰঙাৰ ৩৪ কিঃমিঃ দৈৰ্ঘ্যৰ এলিভেটেড ক’ৰিডৰো অন্তৰ্ভুক্ত
  • X হেণ্ডেলযোগে গৃহমন্ত্ৰী অমিত শ্বাহে শুভকামনা জনালে অসমবাসী ৰাইজক
  • প্রধানমন্ত্রী মোডীক কৃতজ্ঞতা জ্ঞাপন মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ
কেবিনেট বৈঠক কেন্দ্ৰীয় কেবিনেট কেবিনেট সিদ্ধান্ত