গৌৰীপুৰত অচিনাক্ত পুৰুষৰ মৃতদেহ উদ্ধাৰ

গৌৰীপুৰৰ ১৭ নং ৰাষ্ট্রীয় ঘাইপথৰ দাঁতিত উদ্ধাৰ হোৱা মৃতদেহটো হত্যা কৰি পেলাই থৈ যোৱাৰ সন্দেহ স্থানীয় ৰাইজৰ। উৱলি যোৱাৰ উপক্ৰম মৃতদেহটোৰ মুখমণ্ডল।

author-image
Asomiya Pratidin
New Update
1
  • গৌৰীপুৰত অৰ্ধগলিত অচিনাক্ত পুৰুষৰ মৃতদেহ উদ্ধাৰ।
  • গেৰামাৰী পঞ্চম খণ্ডৰ তেলীপাৰা উদ্ধাৰ মৃতদেহটো।
  • ১৭নং ৰাষ্ট্রীয় ঘাইপথৰ দাঁতিত হত্যা কৰি পেলাই থৈ যোৱাৰ সন্দেহ স্থানীয় ৰাইজৰ।
  • উৱলি যোৱাৰ উপক্ৰম মৃতদেহটোৰ মুখমণ্ডল।
  • ঘটনাস্থলীত উপস্থিত হৈ তদন্ত আৰম্ভ গৌৰীপুৰ আৰক্ষীৰ।
গৌৰীপুৰ