উমৰাংছুত মৃত্যুৰ কিৰীলিঃ উদ্ধাৰ চতুৰ্থটো মৃতদেহ

আজি পুৱাৰ ভাগৰ উদ্ধাৰ অভিযানত উমৰাংছুৰ স্থানীয় যুৱক লিজেন মগৰ নামৰ শ্ৰমিক জনৰ মৃতদেহ উদ্ধাৰ হৈছিল।  ইয়াৰ পূৰ্বে বুধবাৰে এজন শ্ৰমিকৰ মৃতদেহ উদ্ধাৰ হৈছিল।

author-image
Asomiya Pratidin
New Update
ড্রাগছ আসক্ত যুৱকে কাঢ়ি নিলে মহিলাৰ বেগ

ডিজিটেল ডেস্কঃ  উমৰাংছুত ধাৰাবাহিকভাৱে চলি থকা অভিযানত চতুৰ্থটো মৃতদেহ উদ্ধাৰ।আজি পুৱাৰ ভাগৰ উদ্ধাৰ অভিযানত উমৰাংছুৰ স্থানীয় যুৱক লিজেন মগৰ নামৰ শ্ৰমিক জনৰ মৃতদেহ উদ্ধাৰ হৈছিল। 

ইয়াৰ পূৰ্বে বুধবাৰে এজন শ্ৰমিকৰ মৃতদেহ উদ্ধাৰ হৈছিল। আজি উদ্ধাৰ হোৱা দ্বিতীয়টো মৃতদেহৰ পৰিচয় অৱশ্যে এতিয়ালৈকে জানিব পৰা নাই।

উল্লেখ্য যে, এতিয়ালৈকে উদ্ধাৰ হোৱা মৃতদেহ ৪ টা ক্ৰমে নেপালৰ গংগা বাহাদুৰ শ্ৰেষ্ঠ, উমৰাংছুৰ লিজেন মগৰ আৰু কিছু সময়ৰ পূৰ্বে উদ্ধাৰ হোৱা মৃতদেহৰ পৰিচয় এই পৰ্যন্ত উদ্ধাৰ হোৱা নাই।

উমৰাংছু