ওদালগুৰিত দুই প্ৰেমিক-প্ৰেমিকাই বাছি ল'লে চৰম পন্থা...

ওদালগুৰিৰ ১নং ভোলাটাৰত চাঞ্চল্যকৰ ঘটনা।
dangor kotha
dangor kotha
  • ওদালগুৰিৰ ১নং ভোলাটাৰত চাঞ্চল্যকৰ ঘটনা।

  • বৃহস্পতিবাৰে সংঘটিত হয় এই ঘটনা।

  • এডাল গছত একেডাল ৰচীৰে চিপ লৈ আত্মহত্যা দুই প্রেমিক-প্রেমিকাৰ।

  • মৃত প্রেমিক অবিনাশ মুণ্ডা আৰু প্রেমিকা আচিয়া নিকি বেংগা।

  • আত্মহত্যাৰ কাৰণ এতিয়ালৈকে জানিব পৰা হোৱা নাই।

Related Stories

No stories found.
Asomiya Pratidin
www.asomiyapratidin.in