New Update
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2022/07/dangor-khobr-24-1.jpg)
dangor kotha
ওদালগুৰিৰ ১নং ভোলাটাৰত চাঞ্চল্যকৰ ঘটনা।
বৃহস্পতিবাৰে সংঘটিত হয় এই ঘটনা।
এডাল গছত একেডাল ৰচীৰে চিপ লৈ আত্মহত্যা দুই প্রেমিক-প্রেমিকাৰ।
মৃত প্রেমিক অবিনাশ মুণ্ডা আৰু প্রেমিকা আচিয়া নিকি বেংগা।
আত্মহত্যাৰ কাৰণ এতিয়ালৈকে জানিব পৰা হোৱা নাই।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us