New Update
/asomiyapratidin/media/media_files/2025/07/13/breaking-news-2025-07-13-12-50-08.jpg)
- আলফা(স্বাঃ)ৰ ওপৰত ভাৰতীয় সেনাৰ পুনৰ ভয়ংকৰ আক্রমণ
- আলফা (স্বাঃ)ৰ শীৰ্ষ কেডাৰ গণেশ অসম আৰু প্ৰদীপ অসমৰ মৃত্যু
- নয়ন অসমৰ অন্ত্যেষ্টিক্ৰিয়া চলি থকাৰ সময়তে যুদ্ধ বিমানেৰে ভাৰতীয় সেনাৰ মিছাইল আক্ৰমণ
- এই আক্ৰমণত আহত আলফা স্বাধীনৰ আন কেইবাগৰাকীও সদস্য
- বৰ্তমানেও ম্যানমাৰৰ অৰণ্যত যুদ্ধ বিমানেৰে আক্ৰমণ অব্যাহত ৰাখিছে ভাৰতীয় সেনাই