New Update
/asomiyapratidin/media/media_files/2025/11/20/whatsapp-image-2025-11-20-23-17-40.jpeg)
- গুৱাহাটীৰ খানাপাৰৰ পৰা গ্রেপ্তাৰ দুই গভাইত চোৰ
- বশিষ্ঠ আৰক্ষীয়ে গ্রেপ্তাৰ কৰে বিশাল ডলী, বেঞ্জামিন পেগুক
- জয়ানগৰস্থিত এটা ছাত্রাৱাসৰ পৰা চুৰিৰ গোচৰত গ্রেপ্তাৰ কৰে দুয়োকে
- চুৰি হৈছিল এটা লেপটপ, হেডফোনৰ লগতে নথিপত্র
- চুৰি হোৱা সামগ্রীখিনি আছিল তামিলনাডুৰ এজন যুৱকৰ আছিল
- ঘটনা সন্দৰ্ভত বশিষ্ঠ থানাত এজাহাৰ দাখিল ভুক্তভোগী যুৱকৰ
- এজাহাৰৰ ভিত্তিত ৫ ঘণ্টাৰ ভিতৰতে দুই চোৰক গ্রেপ্তাৰ আৰক্ষীৰ
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us