গৌৰীপুৰত আটক দুই পাকিস্তান সমৰ্থক

আটকাধীন দুই যুৱক ক্ৰমে গৌৰীপুৰ আমগঞ্জৰ আবু বিন মিৰাজ উদ্দিন শেখ আৰু গৌৰীপুৰ পূৱেৰ গাঁৱৰ আৰিফ শেখ। বৰ্তমানে যুৱক দুগৰাকীক গৌৰীপুৰ আৰক্ষী থানাত অধিক তথ্যৰ বাবে জেৰা অব্যাহত ৰাখিছে।

author-image
Asomiya Pratidin
New Update
xxxxzx

ডিজিটেল সংবাদ,পৰ্বতঝোৰাঃ   ভাৰত পাকিস্তানৰ মাজত যুদ্ধ চলি থকাৰ সময়ত ধুবুৰীৰ গৌৰীপুৰত আটক দুগৰাকী পাকিস্তান সমৰ্থক। পাকিস্তানক সমৰ্থন কৰি সামাজিক মাধ্যমত ভিডিঅ' আপলোড কৰাৰ পিছতেই গৌৰীপুৰ আৰক্ষীয়ে আটক কৰে যুৱক দুজনক।

Advertisment

আটকাধীন দুই যুৱক ক্ৰমে গৌৰীপুৰ আমগঞ্জৰ আবু বিন মিৰাজ উদ্দিন শেখ আৰু গৌৰীপুৰ পূৱেৰ গাঁৱৰ আৰিফ শেখ। বৰ্তমানে যুৱক দুগৰাকীক গৌৰীপুৰ আৰক্ষী থানাত অধিক তথ্যৰ বাবে জেৰা অব্যাহত ৰাখিছে।

পৰ্বতঝোৰা