/asomiyapratidin/media/media_files/2025/07/18/breaking-news-2025-07-18-22-59-25.jpg)
ডিজিটেল সংবাদ, কামপুৰঃ শুকুৰবাৰে বিয়লি কচুৱা আৰক্ষীয়ে এক অভিযান চলাই বৰপানী চাহ বাগানৰ পৰা পৰ্যাপ্ত পৰিমানৰ ড্ৰাগছসহ আব্দুল হাছেন আৰু আছাদুল ইছলাম নামৰ দুটা ড্ৰাগছ সৰহবৰাহকাৰীক গ্ৰেপ্তাৰ কৰে ৷
ধৃত অপৰাধী দুটাৰ পৰা লগতে AS-O2-V-6588 নম্বৰৰ এখন বাইক আৰু নম্বৰবিহীন আন এখন বাইকো আৰক্ষীয়ে জব্দ কৰে ৷ লগতে জব্দকৃত ২১ টা কন্টেইনাৰৰ ওজন ২.৩৯ গ্ৰাম বুলি জানিব পৰা গৈছে ৷ ধৃত দুই ড্ৰাগছ সৰহবৰাহকাৰীয়ে বহুত দিনৰ পৰা কচুৱাৰ বিভিন্ন ঠাইত গোপনভাৱে ড্ৰাগছৰ ৰমৰমীয়া বেহা কৰি আহিছিল ৷