মাৰণাস্ত্ৰসহ আৰক্ষীৰ জালত দুই ডকাইত

আৰক্ষীৰ অভিযানত দুই জাই সক্ৰিয় গুলি, 0.32MM পিষ্টলসহ চোকা অস্ত্ৰ জব্দ। AS12AH1637 নম্বৰৰ মটৰ চাইকেলত আহিছিল দুই ডকাইত। আটকাধীন ডকাইত দুজন কালীয়াডিঙাৰ মোছাব্বিৰ আলী আৰু আব্দুল হাই।

author-image
Asomiya Pratidin
New Update
1
  • ৰূপহীহাট আৰক্ষীৰ জালত পিষ্টলসহ আটক দুজন ডকাইত।
  • ৰূপহীহাটৰ ঔঅনাত অভিযান চলাইছিল আৰক্ষীয়ে।
  • আৰক্ষীৰ অভিযানত দুই জাই সক্ৰিয় গুলি, 0.32MM পিষ্টলসহ চোকা অস্ত্ৰ জব্দ।
  • AS12AH1637 নম্বৰৰ মটৰ চাইকেলত আহিছিল দুই ডকাইত।
  • আটকাধীন ডকাইত দুজন কালীয়াডিঙাৰ মোছাব্বিৰ আলী আৰু আব্দুল হাই।
  • ৰূপহীহাট আৰক্ষীৰ জেৰা অব্যাহত।
ৰূপহীহাট