New Update
/asomiyapratidin/media/media_files/2025/06/21/dangor-khobr-19-2025-06-21-14-26-08.webp)
- মহানগৰীৰ ভৰলুমুখত ভয়ংকৰ অগ্নিকাণ্ড
- পোষ্ট অফিচ বিল্ডিঙৰ ৩য় মহলাত সংঘটিত এই ঘটনা
- অগ্নিকাণ্ডৰ ফলত দুগৰাকী লোকৰ মৃত্যু
- GMCHলৈ অনাৰ পথত মৃত্যু দুয়োগৰাকীৰে
- মৃত্যু হোৱা দুগৰাকী দেৱ চৌধুৰী আৰু পম্পী চৌধুৰী
- কন্যাৰ জন্মদিনৰ আয়োজন চলাই থাকোতেই এই অঘটন
- হঠাৎ অগ্নিকাণ্ডৰ সূত্ৰপাত হয় চিলিণ্ডাৰত
- চিলিণ্ডাৰ বিস্ফোৰণৰ ফলত অধিক ভয়ংকৰ হয় অগ্নিকাণ্ডৰ
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us