New Update
/asomiyapratidin/media/post_attachments/asomiyapratidin/2022-09/6431eb4a-c9d1-4172-8db8-9f99f9d563b7/pic_eimuhurtor_khobor_copy.jpg)
golaghat
মেৰাপানীৰ ৰতনপুৰত অঘটন।
বিষাক্ত কাঠফুলা সেৱন কৰি অসুস্থ একেটা পৰিয়ালৰ ৩ গৰাকী।
অসুস্থ তিনিগৰাকীৰ মাজত আছে এতি ২ বছৰীয়া শিশুও ।
অসুস্থ আন দুগৰাকী মহিলা।
মহিলা দুগৰাকীৰ নাম মিতা দৈমাৰী আৰু বিনীতা দৈমাৰী।
অসুস্থ তিনিওকে উন্নত চিকিৎসাৰ বাাবে গোলাঘাট অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us