হঠাৎ নিষ্ক্ৰিয় হৈ পৰিল টুইটাৰ!

হঠাৎ নিষ্ক্ৰিয় হৈ পৰিল টুইটাৰ!

author-image
asomiyapratidin
New Update
হঠাৎ নিষ্ক্ৰিয় হৈ পৰিল টুইটাৰ!

  • হঠাৎ নিষ্ক্ৰিয় হৈ পৰিছিল মাইক্ৰব্লগিং ছাইট ছুইটাৰ।
  • বিশ্বৰ বিভিন্ন প্ৰান্তত নিষ্ক্ৰিয় হৈ পৰে এই মাইক্ৰব্লগিং ছাইটটো।
  • ভাৰত, জাপান, ইংলেণ্ডকে ধৰি ছাউথ আমেৰিকা, ইউৰোপ আৰু নৰ্থ আমেৰিকাৰ টুইটাৰ ব্যৱহাৰকাৰী সকলে কৰিব পৰা নাছিল টুইট।
  • টুইট কৰিব বিচাৰিলেই তেওঁলোকলৈ আহিছিল এটা বাৰ্তা- 'something went wrong. Try again
  • এন্ড্ৰইড আই অ এছ এপছ সকলোতেই নিষ্ক্ৰিয় হৈছিল টুইটাৰ।
  • ভাৰতীয় সময় মতে নিশা ৮ বজাৰ বজাৰ পৰা আধা ঘণ্টাৰ বাবে নিষ্ক্ৰিয় হৈছিল টুইটাৰ।
  • এই সন্দৰ্ভত অৱশ্যে টুইটাৰ কৰ্তৃপক্ষৰ ফালৰ পৰা ইয়াৰ কাৰণ সন্দৰ্ভত কোনো কথা প্ৰকাশ কৰা হোৱা নাই।