/asomiyapratidin/media/post_attachments/asomiyapratidin/2022-10/844d4d03-e5c7-48be-b3cb-53b32d183f5a/koch_rajbongshi_08.jpg)
koch rajbongshi
পুনৰ জনজাতিকৰণৰ দাবীৰে আন্দোলন ঘোষণা।
কোচ ৰাজবংশী সন্মিলনীয়ে ঘোষণা কৰিছে আন্দোলনৰ কাৰ্যসূচী।
৬ নৱেম্বৰত শ্ৰীৰামপুৰত সংগঠনটোৱে কৰিব ৰে'ল অৱৰোধ।
১৪ নৱেম্বৰত ধেমাজিত কৰিব ৰে'ল অৱৰোধ।
আনহাতে ১৭ নৱেম্বৰত নাজিৰা আৰু শিমলুগুৰিত কৰিব ৰে'ল অৱৰোধ।
সংগঠনটোৱে ২৫ অক্টোবৰত ৰূপায়ণ কৰিব ধৰ্ণা কাৰ্যসূচী।
দিল্লীৰ যন্তৰ-মন্তৰত ৰূপায়ণ কৰিব এই ধৰ্ণা কাৰ্যসূচী।