জনজাতিকৰণৰ দাবীত কেইবাটাও স্থানত হ'ব ৰে'ল অৱৰোধঃ দিল্লীত ৰূপায়ণ কৰা হ'ব ধৰ্ণা কাৰ্যসূচী..

koch rajbongshi
koch rajbongshi
  • পুনৰ জনজাতিকৰণৰ দাবীৰে আন্দোলন ঘোষণা।

  • কোচ ৰাজবংশী সন্মিলনীয়ে ঘোষণা কৰিছে আন্দোলনৰ কাৰ্যসূচী।

  • ৬ নৱেম্বৰত শ্ৰীৰামপুৰত সংগঠনটোৱে কৰিব ৰে'ল অৱৰোধ।

  • ১৪ নৱেম্বৰত ধেমাজিত কৰিব ৰে'ল অৱৰোধ।

  • আনহাতে ১৭ নৱেম্বৰত নাজিৰা আৰু শিমলুগুৰিত কৰিব ৰে'ল অৱৰোধ।

  • সংগঠনটোৱে ২৫ অক্টোবৰত ৰূপায়ণ কৰিব ধৰ্ণা কাৰ্যসূচী।

  • দিল্লীৰ যন্তৰ-মন্তৰত ৰূপায়ণ কৰিব এই ধৰ্ণা কাৰ্যসূচী।

Related Stories

No stories found.
Asomiya Pratidin
www.asomiyapratidin.in