New Update
- যমুনামুখ থানাৰ অন্তৰ্গত সৰুপথাৰৰ ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত হৈছে এক শোকাৱহ পথ দুৰ্ঘটনা ৷
- এই দুৰ্ঘটনাত এজন পথচাৰীৰ থিতাতেই মৃত্যু হোৱা বুলি জানিব পৰা গৈছে ৷
- ডবকা ফালৰ পৰা নগাঁও অভিমুখে দ্ৰুতগতিত অহা এখন চাৰিচকীয়া বাহনে মুহূৰ্ততে মহতিয়াই নিয়ে পথচাৰীজনক।
- নিহত লোকজন হৈছে- তেজপুৰৰ ৰাঙাপাৰা থানাৰ অন্তৰ্গত বগিজুলী গাঁও নিবাসী জিতেন বড়ো ৷
- জিতেন বড়ো পেচাত এগৰাকী কাঠ মিস্ত্ৰী আছিল ৷