মহানগৰীত পুনৰ কৰ্তব্যৰত ট্ৰেফিক আৰক্ষীৰ ওপৰত আক্ৰমণ...

সুৰাপায়ী চালকৰ তাণ্ডৱ...

author-image
Asomiya Pratidin
New Update
মহানগৰীত পুনৰ কৰ্তব্যৰত ট্ৰেফিক আৰক্ষীৰ ওপৰত আক্ৰমণ...

প্ৰতিনিধিত্বমূলক ফটো

  • মহানগৰীত পুনৰ কৰ্তব্যৰত ট্ৰেফিক আৰক্ষীৰ ওপৰত আক্ৰমণ।

  • মহানগৰীৰ বশিষ্ঠত সংঘটিত হৈছে এই ঘটনা।

  • বশিষ্ঠত কৰ্তব্যৰত যান-বাহন আৰক্ষীৰ ওপৰত আক্রমণ চলালে এজন লোকে।

  • দিনৰ পোহৰেত সুৰাপায়ী চালকে সৃষ্টি কৰিলে তাণ্ডৱ।

  • সুৰাপান কৰা লোকজনে যান-বাহন আৰক্ষীৰ ওপৰত জঁপিয়াই পৰাৰ অভিযোগ।

  • যান-জঁট নিয়ন্ত্রণৰ বাবে লোকজনৰ গাড়ীখন ৰখোৱাৰ বাবেই এই আক্রমণ।

guwahati