মাজুলীত ট্ৰেক্টৰ দুৰ্ঘটনাঃ নিহত ২ ভাতৃ, ৫ জন আহত...

মহৰ খুঁটিৰ পৰা আহি থকাৰ অৱস্থাতেই এই কুৰুণ ঘটনা...

author-image
Asomiya Pratidin
New Update
মাজুলীত ট্ৰেক্টৰ দুৰ্ঘটনাঃ নিহত ২ ভাতৃ, ৫ জন আহত...

majul brothers death

  • মাজুলীত সংঘটিত হৈছে এক ভয়ংকৰ দুৰ্ঘটনা।

  • মাজুলীৰ জুগুনিধাৰীত সংঘটিত হৈছে এই দুৰ্ঘটনা।

  • এখন ট্ৰেক্টৰে হেঁচা মাৰি ধৰিলে দুই ভাতৃক।

  • ফলত মৃত্যু হয় দুই ভাতৃৰ।

  • এই দুৰ্ঘটনাত আহত হৈছে আন ৫ জন লোক।

  • নিহত দুই ভাতৃৰ নাম ফনীধৰ ফুকন (৫৫) আৰু তৰুণ ফুকন(৬২)।

  • মহৰ খুঁটিৰ পৰা টেক্টৰত ঘৰলৈ আহোঁতেই সংঘটিত হয় এই শোকাবহ দুৰ্ঘটনা।

  • জানিব পৰা মতে ট্ৰেক্টৰখন গড়াত উঠাবলৈ চেষ্টা কৰোঁতেই বাগৰি যায়।

majuli road accident