পৰ্যটন বিভাগৰ নিযুক্তি কেলেংকাৰী : প্রাঞ্জল বৰা, অনন্য বৰঠাকুৰক গ্ৰেপ্তাৰ

গ্ৰেপ্তাৰ প্রাঞ্জল বৰা, অনন্য বৰঠাকুৰক। ২০১২-১৩ বৰ্ষত সংঘটিত হৈছিল দুৰ্নীতি।

author-image
Asomiya Pratidin
New Update
BREAKING NEWS
  • পৰ্যটন বিভাগৰ নিযুক্তি কেলেংকাৰী।
  • CM ভিজিলেন্সৰ জালত ২ অভিযুক্ত।
  • গ্ৰেপ্তাৰ প্রাঞ্জল বৰা, অনন্য বৰঠাকুৰক।
  • ২০১২-১৩ বৰ্ষত সংঘটিত হৈছিল দুৰ্নীতি।
  • অনন্য বৰঠাকুৰ দিল্লীত কৰ্মৰত আছিল।
  • নগাঁৱত কৰ্মৰত আছিল প্রাঞ্জল বৰা।
  • ৮ বিষয়াৰ বিৰুদ্ধে আছে দুৰ্নীতিৰে চাকৰি লোৱাৰ অভিযোগ।
অসম পৰ্যটন পৰ্যটন