New Update
/asomiyapratidin/media/media_files/2025/09/19/365-2025-09-19-22-06-31.jpg)
- জুবিন গাৰ্গৰ বাসগৃহত উপস্থিত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা।
- ছিংগাপুৰৰ পৰা জুবিন গাৰ্গৰ নশ্বৰদেহ অনাৰ প্ৰস্তুতিৰ কথা জনালে মুখ্যমন্ত্ৰীগৰাকীয়ে।
- কাইলৈ বিয়লি অসম পাবহি জুবিন গাৰ্গৰ নশ্বৰদেহ।
- সৰুসজাইত ৰখা হ’ব শিল্পীগৰাকীক।
- ৰাজহুৱা শ্ৰদ্ধাঞ্জলিৰ ব্যৱস্থা কৰিব অসম চৰকাৰে।
- সাধাৰণ ৰাইজে জনাব পাৰিব প্ৰিয় শিল্পীগৰাকীক অন্তিম শ্ৰদ্ধা।
- প্ৰয়োজনত দুদিন ৰখা হ'ব জুবিন গাৰ্গৰ নশ্বৰদেহ।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us