আজি অসমলৈ আহিব কেন্দ্ৰীয় মন্ত্ৰী জ্যোতিৰাদিত্য সিন্ধিয়া...

আজি অসমলৈ আহিব কেন্দ্রীয় যোগাযোগ, ড’নাৰ মন্ত্রী জ্যোতিৰাদিত্য সিন্ধিয়া। মন্ত্ৰীগৰাকীয়ে এই অসম ভ্ৰমণৰ সময়ছোৱাত কেইবাটাও চৰকাৰী কাৰ্যসূচীত অংশগ্রহণ কৰিব।

author-image
Asomiya Pratidin
New Update
আজি অসমলৈ আহিব কেন্দ্ৰীয় মন্ত্ৰী জ্যোতিৰাদিত্য সিন্ধিয়া

ডিজিটেল ডেস্ক : আজি অসমলৈ আহিব কেন্দ্রীয় যোগাযোগ, ড’নাৰ মন্ত্রী জ্যোতিৰাদিত্য সিন্ধিয়া। মন্ত্ৰীগৰাকীয়ে এই অসম ভ্ৰমণৰ সময়ছোৱাত কেইবাটাও চৰকাৰী কাৰ্যসূচীত অংশগ্রহণ কৰিব।

Advertisment

তাৰোপৰি মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাৰ সৈতেও এক পৰ্যালোচনা বৈঠকত অংশ ল’ব কেন্দ্ৰীয় মন্ত্ৰী সিদ্ধিয়াই। উল্লেখযোগ্য যে, ড’নাৰৰ অধীনত অসমত চলি থকা প্রকল্পসমূহৰ অগ্ৰগতিৰ বুজ ল’ব মন্ত্রীগৰাকীয়ে।

জ্যোতিৰাদিত্য সিন্ধিয়া