আজি অসমলৈ আহিব কেন্দ্ৰীয় মন্ত্ৰী অমিত শ্বাহ

আজি অসমলৈ আহিব কেন্দ্ৰীয় মন্ত্ৰী অমিত শ্বাহ। প্ৰথমে তেওঁ উপস্থিত হ’ব কাছাৰত। তাত তেওঁ দিনৰ ১২-৩০ বজাত নাথানপুৰ সীমান্ত পৰিদৰ্শন কৰিব লগতে গছপুলি ৰোপণ কাৰ্যসূচীত অংশ ল’ব। 

author-image
Asomiya Pratidin
New Update
158

ডিজিটেল ডেস্ক : আজি অসমলৈ আহিব কেন্দ্ৰীয় মন্ত্ৰী অমিত শ্বাহ। প্ৰথমে তেওঁ উপস্থিত হ’ব কাছাৰত। তাত তেওঁ দিনৰ ১২-৩০ বজাত নাথানপুৰ সীমান্ত পৰিদৰ্শন কৰিব লগতে গছপুলি ৰোপণ কাৰ্যসূচীত অংশ ল’ব। 

ইয়াৰ পাছতে তেওঁ ভাইব্ৰেণ্ট ভিলেজ প্ৰগ্ৰেম-২ত অংশগ্ৰহণ কৰিব। ইয়াৰ পাছতে তেওঁ এখন বিশাল জনসভাত অংশ ল’ব। তাৰ পাছত তেওঁ ত্ৰিপুৰালৈ যাত্ৰা কৰিব। অৱশ্যে ২১ ফেব্ৰুৱাৰীৰ দিনা পুনৰ তেওঁ অসমলৈ আহিব।

অমিত শ্বাহ