New Update
/asomiyapratidin/media/media_files/2025/10/15/530-2025-10-15-13-45-15.jpg)
- ৰাজ্যৰ পৰিবহণ মন্ত্ৰী হ'ব পাৰে বিপিএফৰ নেতা তথা বিটিচিৰ নৱনিৰ্বাচিত পাৰিষদ চৰণ বড়ো।
- আনহাতে বিজেপিৰ পৰিষদীয় সদস্য বিজিত গৌড়া নাৰ্জাৰী বিটিচিৰ উপাধ্যক্ষ হোৱাৰ সম্ভাৱনা।
- লগতে ৰেখাৰাণী দাস বড়ো আৰু দিগন্ত বৰুৱা বিটিচিৰ কাৰ্যবাহী সদস্য হোৱাৰ সম্ভাৱনা।
- আনহাতে আজি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ সৈতে দিল্লীলৈ ৰাওনা হৈছে বিটিচি প্ৰধান হাগ্ৰামা মহিলাৰী।
- দিল্লীত বিজেপিৰ পৰিষদীয় সদস্য বিপিএফ নেতৃত্বাধীন বিটিচিত অন্তৰ্ভুক্ত কৰা সম্পৰ্কীয় বিষয়টো চূড়ান্ত কৰাৰ বাবে কেন্দ্ৰীয় নেতৃত্বৰ সৈতে এক আলোচনা অনুষ্ঠিত হ'ব।
- এই আলোচনাত মন্ত্ৰী জয়ন্ত মল্লবৰুৱাও উপস্থিত থাকিব বুলি জানিব পৰা গৈছে।