তেজপুৰ চিকিৎসা মহাবিদ্যালয়ৰ ৫ লেব টেকনেচিয়ানক বৰ্খাস্ত...

author-image
Asomiya Pratidin
New Update
তেজপুৰ চিকিৎসা মহাবিদ্যালয়ৰ ৫ লেব টেকনেচিয়ানক বৰ্খাস্ত...

TMC

  • ৫ জন লেবৰট'ৰী টেকনেচিয়ানক চাকৰিৰ পৰা বৰ্খাস্ত।

  • এই ঘটনা সংঘটিত হৈছে তেজপুৰ চিকিৎসা মহাবিদ্যালয়ত।

  • নিযুক্তি প্রক্রিয়াত খেলিমেলিৰ পিছতেই ন্যায়ালয়ৰ নিৰ্দেশ ক্ৰমে এই সিদ্ধান্ত।

  • গুৱাহাটী উচ্চ ন্যায়ালয়ত এই সংক্রান্তত ৰুজু কৰা হৈছিল গোচৰ।

assam gauhati high court tmc tezpur