পঞ্চায়ত নিৰ্বাচনৰ ফলাফলক লৈ উচ্চ ন্যায়লয়ৰ দ্বাৰস্থ হ'ল টিএমচি

পঞ্চায়ত নিৰ্বাচন ফলাফলক লৈ সন্তুষ্ট নহয় টিএমচি। গুৱাহাটী উচ্চ ন্যায়লয়ৰ দ্বাৰস্থ হ'ল অসম প্ৰদেশ তৃণমূল কংগ্ৰেছ। হাজো শুৱালকুছি সমষ্টিৰ শনিযদি গাঁও পঞ্চায়তত বিসংগতিৰ অভিযোগ।

author-image
Asomiya Pratidin
New Update
গুৱাহাটী উচ্চ ন্যায়লয়ৰ দ্বাৰস্থ হ'ল অসম প্ৰদেশ তৃণমূল কংগ্ৰেছ

গুৱাহাটী উচ্চ ন্যায়লয়ৰ দ্বাৰস্থ হ'ল অসম প্ৰদেশ তৃণমূল কংগ্ৰেছ

  • পঞ্চায়ত নিৰ্বাচন ফলাফলক লৈ সন্তুষ্ট নহয় টিএমচি
  • গুৱাহাটী উচ্চ ন্যায়লয়ৰ দ্বাৰস্থ হ'ল অসম প্ৰদেশ তৃণমূল কংগ্ৰেছ
  • হাজো শুৱালকুছি সমষ্টিৰ শনিযদি গাঁও পঞ্চায়তত বিসংগতিৰ অভিযোগ
  • আঞ্চলিক সদস্য পদত ভোট গণনাত বিসংগতি হোৱাৰ অভিযোগ দলটোৰ
  • কামৰূপ জিলা প্ৰশাসনৰ বিৰুদ্ধে গোচৰ তৰিলে টিএমচিয়ে
  • সামাজিক মাধ্যম যোগে সদৰি কৰিলে ৰাজ্যসভাৰ সাংসদ সুস্মিতা দেৱে
আঞ্চলিক সদস্য পদত ভোট গণনাত বিসংগতি হোৱাৰ অভিযোগ
আঞ্চলিক সদস্য পদত ভোট গণনাত বিসংগতি হোৱাৰ অভিযোগ

 বিসংগতি হোৱাৰ অভিযোগ
বিসংগতি হোৱাৰ অভিযোগ

TMC MP tmc