New Update
/asomiyapratidin/media/media_files/2025/12/10/image-11-2025-12-10-10-15-49.png)
- টীয়কৰ বলমা মৰাণগাঁৱত চাঞ্চল্যকৰ ঘটনা
- তেজেৰু লুটুৰি-পুতুৰি অৱস্থা ঘৰৰ ভিতৰত উদ্ধাৰ মাতৃ-কন্যাৰ মৃতদেহ
- গুৰুতৰ অৱস্থাত চিকিৎসালয়লৈ প্ৰেৰণ পিতৃক
- মৃত মহিলাগৰাকীৰ নাম চুনচুনী কোঁৱৰ, কন্যা সোণাক্ষী কোঁৱৰ
- আহত পিতৃগৰাকীৰ নাম কল্যান কোঁৱৰ
- ঘটনাস্থলীত উপস্থিত আৰক্ষীয়ে আৰম্ভ কৰে তদন্ত
- বৰ্তমানলৈ জানিব পৰা হোৱা নাই হত্যাৰ কাৰণ
- পৰিয়াল কেন্দ্ৰিক সংঘাতৰ বাবেই হত্যাকাণ্ড সংঘটিতৰ সন্দেহ
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us