/asomiyapratidin/media/media_files/2025/01/14/YkzJsAuIVlhGghIOQshk.jpg)
ডিজিটেল সংবাদ,খেৰণিঃ হেঁপাহৰ ভোগালী বিহুৰ সমান্তৰালভাৱে আজি তিৱা পিচুৰ উৰুকা। পশ্চিম কাৰ্বি আংলঙৰ ফেলাংপিৰ বাৰপুজিয়া গাঁৱত দেখিবলৈ পোৱা গৈছে তিৱা পিচুৰ উৰুকাক লৈ ব্যাপক ব্যস্ততা আৰু এক উদুলি মুদুলি পৰিৱেশ।
কৃষ্টি-সংস্কৃতি আৰু জনগোষ্ঠীয় নৃত্য-গীতৰ মাজেৰে উৰুকাৰ দিনটোত নাচি বাগি আনন্দ লোৱাৰ লগতে লগে-ভাগে এসাজ খাবলৈ ব্যাপক আয়োজন চলোৱা পৰিলক্ষিত হৈছে গাঁওখনত।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us