New Update
/asomiyapratidin/media/media_files/2025/09/15/new-ap-web-4-6-2025-09-15-22-57-47.jpg)
- তিতাবৰত ঘৰুৱা কন্দলৰ ভয়াৱহ ৰূপ
- বৰজনাকে দাৰে ঘপিয়াই ছিঙিলে বোৱাৰীয়েকৰ দুয়োখন ভৰি
- তিতাবৰৰ ২নং কাঁড়শলী গাঁৱত সংঘটিত এই ঘটনা
- বৰজনাক জংলু চেত্রীয়ে কনিষ্ঠ ভাতৃৰ সৈতে লিপ্ত হৈছিল কাজিয়াত
- কাজিয়া ভাঙিবলৈ যাওঁতেই জংলু চেত্রীয়ে দাৰে ঘপিয়ালে গীতা চেত্রীক
- আৰক্ষী উপস্থিত হৈ আঘাতপ্রাপ্ত গীতা চেত্রীক লৈ যায় চিকিৎসালয়লৈ
- উন্নত চিকিৎসা্ৰ বাবে মহিলাগৰাকীক JMCH লৈ প্রেৰণ
- আৰক্ষীয়ে আটক কৰে বৰজনাক জংলু চেত্রীক