New Update
/asomiyapratidin/media/media_files/2026/01/14/ujjjdd-2026-01-14-09-21-14.jpg)
- ভোগালী আনন্দৰ মাজতে টীয়কত শোকাৱহ দুৰ্ঘটনা।
- টীয়কৰ দিহিঙীয়া গাঁৱত সংঘটিত এই দুৰ্ঘটনা।
- পুৱতি নিশা স্ক’ৰপিঅ’ বাহনে মহটিয়ালে ৫জনকৈ যুৱকক।
- দুৰ্ঘটনাত নিহত দুজনকৈ যুৱক।
- নিহত দুজন অভিজিৎ ফুকন আৰু অমৃত গগৈ।
- আহত তিনি যুৱকক সংকটজনকভাৱে প্ৰেৰণ JMCHলৈ।
- আহত প্ৰাণজিৎ গগৈ, মানস গগৈ আৰু পোনাকণ।
- বৰ্তমানলৈ পলাতক বাহনখনৰ চালকজন।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us