New Update
/asomiyapratidin/media/post_attachments/asomiyapratidin/2022-09/5ab87155-909e-49f9-a8ce-a3b39c030bca/accident_7.jpg)
road accident road accident
-
তিনিচুকীয়া জিলাৰ সোণজান গাঁৱত পথ দুৰ্ঘটনা।
-
সোমবাৰে দিনৰ ভাগত হয় এই দুৰ্ঘটনা।
-
নিয়ন্ত্রণ হেৰুৱাই দুৰ্ঘটনাগ্রস্ত এখন মটৰচাইকেল।
-
দুৰ্ঘটনাত নিহত হৰেণ মৰাণ নামৰ এজন যুৱক।
-
ঘটনাস্থলীত উপস্থিত হৈছে আৰক্ষী।