নিয়ন্ত্রণ হেৰুৱাই মটৰ চাইকেল দুৰ্ঘটনাগ্ৰস্ত, থিতাতে নিহত এজন

তিনিচুকীয়া জিলাৰ সোণজান গাঁৱত পথ দুৰ্ঘটনা।
road accident
road accidentroad accident
  • তিনিচুকীয়া জিলাৰ সোণজান গাঁৱত পথ দুৰ্ঘটনা।

  • সোমবাৰে দিনৰ ভাগত হয় এই দুৰ্ঘটনা।

  • নিয়ন্ত্রণ হেৰুৱাই দুৰ্ঘটনাগ্রস্ত এখন মটৰচাইকেল।

  • দুৰ্ঘটনাত নিহত হৰেণ মৰাণ নামৰ এজন যুৱক।

  • ঘটনাস্থলীত উপস্থিত হৈছে আৰক্ষী।

Related Stories

No stories found.
Asomiya Pratidin
www.asomiyapratidin.in