New Update
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2022/07/dangor-khobr-24-2.jpg)
tinsukia
পুনৰ তিনিচুকীয়াৰ কাকপথাৰত শুনা গ'ল গুলীৰ শব্দ।
কাকপথাৰৰ চেঙাপথাৰত আৰক্ষীৰ গুলীচালনা।
আৰক্ষীয়ে গুলীয়ালে ড্ৰাগছ সৰবৰাহকাৰীক।
আৰক্ষীৰ গুলীত নিহিত ড্ৰাগছ সৰবৰাহকাৰী।
নিহত ড্ৰাগছ সবৰবৰাহকাৰীটোৰ নাম বিনোদ মৰাণ।
উল্লেখ্য যে কেইদিনমানৰ পূৰ্বে কাকপথাৰত সেনা-আৰক্ষীৰে আলফাৰ এটা দল সংঘৰ্ষত লিপ্ত হৈছিল।